Search Results
বিশ্বনাথৰ ১১ জনৰ দেহত ধৰা পৰে COVID19+।একেটা পৰিয়ালে পিতৃ-কন্য়া-পুত্ৰও আক্ৰান্ত হৈছে COVID19ত
ৰাজ্যত পুনৰ ২৫ জনৰ দেহত ধৰা পৰিছে COVID-19
কামৰূপ মহানগৰৰ আৰু কামৰূপ জিলাত আক্ৰান্ত ৪৪ জনক নিশা ভৰ্তি কৰোৱা হয় শিঙিমাৰীৰ COVID হাস্পতালত।
শুকুৰবাৰে বিশ্বনাথত নতুনকৈ ১১ জনৰ দেহত পোৱা যায় কৰ'না পজিটিভ। কি পৰিৱেশ বিশ্বনাথত?
আজি ডিব্ৰুগড়ত ধৰা পৰা ৩ জন কৰ’না পজিটিভক প্ৰেৰণ কৰা হৈছে AMCHৰ COVID ৱাৰ্ডলৈ।
শিঙিমাৰীৰ COVID হাস্পতালখন শীঘ্ৰেই ১০০ খন বিছনালৈ উন্নীত কৰা হ’ব।
উত্তৰ পূব বিজ্ঞান-প্ৰযুক্তি প্ৰতিষ্ঠানত COVID-19ৰ পৰীক্ষাৰ বাবে নতুন লেব উদ্বোধন স্বাস্থ্যমন্ত্ৰীৰ
অসমত বৃহস্পতিবাৰৰ দিনটোত কৰ’নাত আক্ৰান্ত ৯৭জন লোক।ইয়াকে লৈ কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮৮০জনলৈ বৃদ্ধি
ৰাজ্যত পুনৰ ৮৫ জনৰ দেহত ধৰা পৰিছে COVID-19
এতিয়াও অপৰিৱৰ্তিত কামপুৰৰ বান পৰিস্থিতি। কপিলী আৰু নিশাৰি নদীয়ে সৃষ্টি কৰিছে আতংকৰ।
হোম কোৱাৰেণ্টীন যাতে শিথিল নহয় তাৰ বাবে ৰাইজক সতৰ্ক হ’বলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ
গোৱালপাৰাৰ দুধনৈ আৰক্ষী থানাত কৰ’নাৰ সামাজিক সংক্ৰমণ। আৰক্ষী বিষয়াসহ ৬ জনৰ দেহত ধৰা পৰিছে ক’ভিড১৯।